Satvik Mime & Theatre

Satvik Mime & Theatre Satvik Mime & Theatre is a Cultural organization.We organised different Cultural,Seminar,Programs etc

পুৰোধ্যৰ সান্নিধ্যপদ্মশ্ৰী,সংগীত নাটক অকাডেমী বঁটা প্ৰাপ্ত নৃত্যচাৰ্য যতীন গোস্বামীৰ সৈতে আন্তৰিক আলাপ। আমি সমৃদ্ধ🌸
10/06/2024

পুৰোধ্যৰ সান্নিধ্য
পদ্মশ্ৰী,সংগীত নাটক অকাডেমী বঁটা প্ৰাপ্ত নৃত্যচাৰ্য যতীন গোস্বামীৰ সৈতে আন্তৰিক আলাপ।
আমি সমৃদ্ধ🌸

30/10/2023

বেচিজিল জীৱনটি চিজিল লগোৱাৰ অহৰহ প্ৰয়াস..... "মই মোৰ দৰেই হ'ব খোজো।"
ভাল পাই কিন্তু তাই...... নিশাৰ মাদকতা ...🤍
✍️ ৰুজী ✨

01/06/2023

Satvik Mime & Theatre
mudoi

Congratulations  mudoi🎉মূকাভিনয় জগত খনত ২০১৬ চনত মোৰ ভন্টি গায়ত্ৰী মুদৈয়ে খোজ পেলাইছিল । আজি ৭ বছৰে তাই বিভিন্ন ঠাইত বি...
30/05/2023

Congratulations mudoi🎉

মূকাভিনয় জগত খনত ২০১৬ চনত মোৰ ভন্টি গায়ত্ৰী মুদৈয়ে খোজ পেলাইছিল । আজি ৭ বছৰে তাই বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠনসমূহত বহুতো মূকাভিনয় শিল্পীৰ সৈতে মূকাভিনয় প্ৰদৰ্শন কৰি আহিছে । আৰু উল্লেখযোগ্য যে " Third theatre- a socio-cultural organisation " ৰ হৈ " লৰ্ড কৃষ্ণ " শীৰ্ষক এটি মূকাভিনয় প্ৰদৰ্শন কৰি SANSKRITI SANGAM,2019 1st International & 5th National Multi-Lingual Instrumental Music,Dance & Drama Competition/Festival ত শ্ৰেষ্ঠ মূকাভিনয় শিল্পীৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল।

আৰু আজি গুৰু মইনুল হক ৰ Moinul Haque তত্বাৱধানত ২০২১-২২ বৰ্ষৰ Cultural Resources and Training Centre (CCRT) Ministry of Culture, NEW DELHI Govt. Of India ৰ অধীনত মুকাভিনয় বিষয়ত ৰাষ্ট্ৰীয় জলপানি National Scholarship পাবলৈ সক্ষম হয় ।
এই জলপানি পোৱাৰ ক্ষেত্ৰত মুকাভিনেতা বিজিত কুমাৰ দাসে Bijit Kumar Das সকলোধৰণৰ সহায় সহযোগিতা আগবঢ়াই আমাক উপকৃত কৰি তুলিছে।
লগতে প্ৰতিটো সময়ত তাইক সাহস দিয়া মোৰ মাঁ লৈ বহুত মৰম আৰু তাইৰ প্ৰতিজন শুভাকাংশীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ।

Dance is the hidden language of the soul.Dancing is surely the most basic of relevant of all forms of expression. Nothin...
29/04/2023

Dance is the hidden language of the soul.Dancing is surely the most basic of relevant of all forms of expression. Nothing else can so effectively give outward form to an inner experience...

"সাত্বিক মাইম এণ্ড থিয়েটাৰ"ৰ এইয়া প্ৰথম খোজ 🌼এটি সৰু পদ‌ক্ষেপ চিত্ৰাংকণ প্ৰতিযোগীতা🌼
14/11/2022

"সাত্বিক মাইম এণ্ড থিয়েটাৰ"ৰ এইয়া প্ৰথম খোজ 🌼
এটি সৰু পদ‌ক্ষেপ চিত্ৰাংকণ প্ৰতিযোগীতা🌼

সাত্বিক মাইম এণ্ড থিয়েটাৰ...
14/11/2022

সাত্বিক মাইম এণ্ড থিয়েটাৰ...

Address

Fatashil Ambari Manpara, Nabin Chandra Boro Path
Gauhati
781025

Website

Alerts

Be the first to know and let us send you an email when Satvik Mime & Theatre posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Satvik Mime & Theatre:

Share