Bidya’s recipes

Bidya’s recipes 👩‍🍳 সহজে ৰান্ধক | জুতি লগাই খাওক | সুস্থ থাকক| সুষম আৰু পুষ্টিকৰ খাদ্যৰ সোৱাদযুক্ত ৰেচেপি।🏡 বিদ‍্যাৰ পাকঘৰৰ পৰা আপোনালৈ।🥘🍛🥗
নতুন ৰেচেপি চাবলৈ পেজটো follow কৰক!

10/08/2026

ৰঙালাও আগ আৰু পাতৰ জুতি ভাজি আৰু মিছা মাছৰ কণীৰ বৰৰে🎃🍤🦐♻️

10/08/2026

Indian Breakfast🍳

09/08/2026

ভাপত সিজোৱা মাছ, আম কচু ঠুৰীৰে মিছা মাছৰ টেঙা আঞ্জা আৰু মৰিছা শাক-ডাঠা আলু ভজাৰে দুপৰীয়াৰ তৃপ্তিৰ এসাঁজ
🍛🍤🦐🐟


08/08/2026
08/08/2026

কথা দিলোঁ আপোনালোকে যদি এই বিৰিয়ানি ৰেচিপিটো এবাৰ বনাই খাই বাৰে বাৰে খাবলৈ মন কৰিব।chicken, prawns, milk আৰু eggs ৰ মিশ্ৰণৰ সোৱাদ সঁচাকৈ মনত ৰৈ যোৱা ..🥘🍗🍤🥛

07/08/2026

ভাঙন মাছেৰে ঔটেঙা জুল আৰু জিকা- মিছা মাছৰে দুপৰীয়া সাঁজ🍛🍤🦐

06/08/2026

Delicious healthy steamed fish 😋

05/08/2026

মগু দালিৰ পেষ্টৰে তৈয়াৰী এই বিশেষ পিজ্জাটো এবাৰ ট্ৰাই কৰি চাওক। 😋 ইমান সহজ আৰু সোৱাদযুক্ত যে আপুনি বাৰে বাৰে বনাব বিচাৰিব! ৰেচিপিৰ ভিডিওটো দেখি নিশ্চয় বুজিছে কেনেদৰে বনাইছো…নুবুজিলে জনাব 💖

04/08/2026

ইলিশ মাছৰ কণী ভজাৰে এসাঁজ !
🎏🍛🍚

03/08/2026

ইলিশ মাছ আলু বেঙেনাৰে তেল জুলৰ ৰেচেপি 🥘


Address

Bidya Das
Gauhati

Website

Alerts

Be the first to know and let us send you an email when Bidya’s recipes posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share