Assamese Kitchen

Assamese Kitchen Assamese Kitchen By Jonali Devi. Hi, I am Jonali Devi. This is an Assamese Language Cooking Page.

29/08/2026

Veg kofta curry with koldil or banana flower and Soya chunks

28/08/2026

bhapot diya pitha from Assam . AI created recipe

26/08/2026

miniature chef masala dosa making

23/08/2026

Rice Paper Veg Paneer Momos or dumplings

13/08/2026

আলু দি কুচিয়া মাছৰ ঝুল ইমান যে টেষ্টি হয়! 🤤 আজি একেবাৰে সহজ উপায়েৰে বনোৱা ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালোঁ।

ভিডিওটো কেনেকুৱা লাগিল কমেন্ট কৰি জনাবচোন! 💬

👉 এনেকুৱা নতুন নতুন ৰেচিপি পাই থাকিবলৈ পেজটো Follow কৰিবলৈ নাপাহৰিব। ✨

12/08/2026

আজি আপোনালোকৰ বাবে লৈ আহিছো কচু আৰু মচুৰ দালিৰে বনোৱা অতি সোৱাদ লগা মচমচীয়া বৰ আৰু টেঙা আঞ্জাৰ এটা নতুন ৰেচিপি! গৰমৰ দিনত গৰম গৰম ভাতৰ লগত এই আঞ্জাখন খাবলৈ খুবেই ভাল লাগে। আপোনালোকেও ঘৰত এবাৰ বনাই চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব।ভিডিঅ’টো ভাল পালে Like, Share আৰু পেজটো Follow কৰিবলৈ নাপাহৰিব! ধন্যবাদ।

10/08/2026

কলদিলৰ এনেকুৱা সোৱাদ লৈ পাইছেনে? আজিয়েই ঘৰতে অতি সহজতে বনাই চাওক কলদিলৰ পকৰি আৰু কলা তিলৰ এই বিশেষ ৰেচিপিটো! গৰম গৰম ভাতৰ সৈতে খাবলৈ অতি উৎকৃষ্ট।

ভিডিঅ'টো চাই ভালো পালে Like, Share আৰু Follow কৰিবলৈ নাপাহৰিব!

09/08/2026

ঔ টেঙা.মচুৰ দাইল মিহলি পাচলিৰে বনোৱা এটা সুস্বাদু অসমীয়া ৰেচিপি।ভাতৰ লগত এইখন থাকিলে আৰু একোৱেই নালাগে। কেনেকৈ বনালোঁ চাবলৈ ভিডিঅ'টো শেষলৈকে চাওক আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব।

07/07/2026

কঠালৰ গুটি পেষ্ট কৰি পনীৰৰ দৰে টুকুৰা কৰি বনোৱা এইটো এটা সম্পূৰ্ণ নতুন আৰু সুস্বাদু অসমীয়া ৰেচিপি। কম মচলাৰে বনোৱা এই নিৰামিষ তৰকাৰীখন গৰমে গৰমে ভাতৰ লগত খাবলৈ অতিকে সোৱাদলগা হয়।

সম্পূৰ্ণ ভিডিঅ'টো চাই আপোনালোকৰ ঘৰতো নিশ্চয় এবাৰ ট্ৰাই কৰিব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব!

25/04/2026

আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা একেবাৰে নতুন আৰু সুস্বাদু ৰেচিপি - Kothalor musi বুটৰ দালিৰ সৈতে (Tender Jackfruit with Chana Dal).

In this food vlog, I will show you how to prepare this new and delicious Kothalor Musi recipe easily right at home. The combination of tender jackfruit and chana dal makes for a perfect, comforting meal that everyone in the family will love!

ভিডিঅ'টো শেষলৈকে চাব আৰু ঘৰত নিশ্চয় try কৰি চাব।

In this video you will learn:

How to perfectly prep tender jackfruit (Kothalor Musi).

The step-by-step process of cooking it with Chana Dal.

Tips for bringing out the best authentic flavors.

Ingredients:
Kothal/Jackfruit -1/2
Chana Dal -1/2 cup
Potato -2
Onion -2
Tomato -1
Ginger Garlic Paste -1 tsp
Haldhi Powder -1 tsp
Chili Powder -1/2 tsp
Meat Masala -1/2 tsp
Coriander Seeds -2 tsp
Cumin Seeds -1 tsp
Bay Leaf -2
Whole Garam Masala
Ghee -1/2 tsp
Salt
Mustard Oil

👇 Don't forget to engage!
Like the video if you enjoyed this recipe, drop a comment to let me know how you make yours, and Share it with your friends and family!

Address

Khanapara
Guwahati
781001

Alerts

Be the first to know and let us send you an email when Assamese Kitchen posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share