DISHA Interior & exterior

DISHA Interior & exterior WE PROVIDE ALL TYPES OF INTERIOR & EXTERIOR RPRODUCT

17/11/2025
12/10/2025

-:মই জুবিন গাৰ্গে কৈছো:-

মই আকৌ আহিম
আকৌ মই সুৰ ৰচিম |
নেকান্দিবি দেই অসমী আই ,
নেকান্দিবি দেই ওঁ অসমী আই |
মই আকৌ আহিম ।

অশ্ৰুধাৰা নয়নেৰে
যাছিচা বিদাই মোৰ শৰীৰহে ,
হৃিদয়ত দেখোন জুবিন হব খোজা
মোৰেই প্ৰতিছবি |
নকৰিবি দুখ মই যাওঁ দেই বুলি,
মই আকৌ আহিম |

কেনেকৈ নু কি হল গমকে নেপালো
ভবাতু নাছিলো গুছি যাম দূৰ |
জায়াক নুবুজিবি ভুল, দেউতাক নিদিবি দুখ,
অনাদৰ নকোৰিবি তাতেই মোৰ সুখ।

মই আকৌ আহিম
আকৌ মই সুৰ ৰচিম |

নিয়তিৰ অনুশাসন
নাজায় খণ্ডন |

সজোৱা নহল মৰমৰ পজা,
ৰচনা নহল সপোন গাঠা ,

ৰচিবোলে নেপালো সপোন
আহোৰি নাই |
নাজাবি দেই পাহৰি মোক
আহিম দুনাই ।

বহু কাম বাকি ৰৈ গল,
আধৰুৱা হৈ ৰল |
নিয়তি ওঁ নেৰিছে,
সিপাৰে মাতিছে

মই আকৌ আহিম
আকৌ মই সুৰ ৰচিম ।

পুলক গ্ৰীন

13/05/2025
👆👆👆👆
06/03/2024

👆👆👆👆

02/03/2024

Please contact for any interior works
We provide product & services

Address

Chandan Nagar, Sixmile
Guwahati
781036

Telephone

+917636888524

Website

Alerts

Be the first to know and let us send you an email when DISHA Interior & exterior posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DISHA Interior & exterior:

Share