Krishna Priya Artistry

Krishna Priya Artistry My little Art ,Craft and Home decor world and School of Art &Craft,

31/08/2026

আমাৰ Krishna Priya Artistry ৰ উদ্যোগত আয়োজন কৰা Crochet Design Workshopটো অতি সুন্দৰ আৰু সফলভাৱে সম্পন্ন হ’ল। অংশগ্ৰহণকাৰীসকলৰ উৎসাহ, আগ্ৰহ আৰু সৃষ্টিশীলতাই সমগ্ৰ কৰ্মশালাখন আনন্দময় কৰি তুলিলে। 💕✨

এই কৰ্মশালাৰ জৰিয়তে নতুন কৌশল শিকাৰ লগতে নিজৰ সৃষ্টিশীল প্ৰতিভাক আৰু অধিক বিকশিত কৰাৰ এক সুন্দৰ সুযোগ লাভ কৰিলে সকলো অংশগ্ৰহণকাৰীয়ে।
বিশেষ কৃতজ্ঞতা আমাৰ প্ৰশিক্ষক Abhisikha Saikia লৈ তেখেতৰ মূল্যৱান সময়,সহযোগিতা, সুন্দৰ প্ৰশিক্ষণৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ❤️
সকলোৰে সুন্দৰ সঁহাৰি আৰু মৰমে আগলৈও আৰু অধিক সৃষ্টিশীল কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব। সকলো অংশগ্ৰহণকাৰী আৰু শুভাকাংক্ষীলৈ আন্তৰিক ধন্যবাদ। 🌿🎨🧶

29/08/2026
23/08/2026

সুখ ‌♥️♥️♥️
আমাৰ কনমানি কেইটাৰ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ
অঁকাৰ অকনমান চেষ্টা..

Hand painted kettle for homedecor....
03/06/2026

Hand painted kettle for homedecor....

28/03/2026

Saturday vibes ...♥️♥️♥️

21/03/2026

Address

Tarajan Pool Near Bajaj Dealer
Jorhat

Telephone

+919101694118

Website

Alerts

Be the first to know and let us send you an email when Krishna Priya Artistry posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Krishna Priya Artistry:

Shortcuts

Share