MEDIA LIVE

MEDIA LIVE Growing News portal of assam

25/05/2026

'আমাক পানী দিয়ক ছাৰ, নহ'লে আমি শেষ হৈ যাম। আমাক ৰক্ষা কৰক'। ACPৰ ভৰি পৰি পানীৰ বাবে ভিক্ষা সাধাৰণ জনতাৰ। তীব্ৰ জলসংকটত ভুগি ইন্দোৰৰ জনতাৰ ৰাজপথত প্ৰতিবাদ।

25/05/2026

'আমাক যিমান ঠগিব সিমান পাপ লাগিব। আমি দুখীয়া দুখীয়া হৈয়ে থাকিব লাগিব। নিজৰ গাঁৱৰ ৰাস্তাতো পকী নোহোৱাৰ বাবে ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ আইতাৰ'। ঘটনা উত্তৰ শালমাৰাৰ।

25/05/2026

দাম বৃদ্ধিক লৈ মই একো নকওঁ। কাৰণ জনতাই মানি লৈছে দাম বৃদ্ধি। বিগত ১০ বছৰে দাম বৃদ্ধি হোৱাৰ পাছতো ৰাইজে বিজেপিক ভোট দিছে। শ্বেৰমান আলী আহমেদৰ মন্তব্য।

25/05/2026

অসমৰ জনতাৰ অৱস্থা কেনেকুৱা? বিশেষ পোষ্টাৰেৰে দেখুৱাই দিলে বিধায়ক অখিল গগৈয়ে। বিধানসভা চৌহদত পোষ্টাৰ লৈ আহি প্ৰতিবাদ ৰাইজৰ দলৰ ২ বিধায়কৰ।

25/05/2026

আজি অসম বিধানসভা অধিৱেশনৰ তৃতীয় দিন। বিধানসভাত উত্থাপন হ'ব UCC বিধেয়ক

25/05/2026

'UCC য়ে সকলোকে ন্যায় দিব,জনজাতিৰ ক্ষেত্ৰত UCC ৰ দৰকাৰ নাই'-বিশ্বজিৎ দৈমাৰী

25/05/2026

আজি অসম বিধানসভা অধিৱেশনৰ তৃতীয় দিন।

25/05/2026

আজি অসম বিধানসভা অধিৱেশনৰ তৃতীয় দিন। সদনত অখিল গগৈ আৰু মানৱ ডেকাৰ তুমুল বাকবিতণ্ডা। মূল্যবৃদ্ধি বিষয়ক লৈ দুই বিধায়কৰ বাকবিতণ্ডা।

24/05/2026

▶️ নগাঁৱত টীম যন্ত্ৰৰ অনুষ্ঠান। প্ৰাণৰ শিল্পীগৰাকীৰ গীত পৰিৱেশনৰ লগতে জুবিন গাৰ্গৰ কবিতা পাঠ কৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে।

24/05/2026

সপোনৰ ঘৰটো আধাতে ৰৈ গ’ল... মাকৰ হাতেৰন্ধা ৰঙালাওৰে মাংস খোৱাৰ হেঁপাহো আধৰুৱা হৈ ৰ’ল অৰ্ণৱৰ। অৰ্ণৱ বৰ্মনৰ অকাল বিয়োগৰ পিছতে বাসগৃহত হাহাকাৰ পৰিৱেশ

Address

Hatigaon
Kamakhya
781036

Alerts

Be the first to know and let us send you an email when MEDIA LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to MEDIA LIVE:

Share