Happiness with disa

Happiness with disa Page টো সকলোৱে Follow কৰি দিব 🦋❤️

15/10/2025

🧿❤️
02/08/2025

🧿❤️

হেঁপাহৰ দিনটো ৰোমন্থন🥺❤️
01/08/2025

হেঁপাহৰ দিনটো ৰোমন্থন🥺❤️

মোৰ বিশেষ দিনত সিহঁতৰ পৰা পোৱা মৰম বোৰ,, আচলতে এই মৰম আদৰ  বোৰৰ বাবেই মোৰ মূহুৰ্ত বোৰ বিশেষ , সিহঁত এতিয়াও মোৰ কাষত আছে...
31/07/2025

মোৰ বিশেষ দিনত সিহঁতৰ পৰা পোৱা মৰম বোৰ,, আচলতে এই মৰম আদৰ বোৰৰ বাবেই মোৰ মূহুৰ্ত বোৰ বিশেষ , সিহঁত এতিয়াও মোৰ কাষত আছে আৰু থাকিব,,,ভালে থাক তহত💕

(মই উপহাৰ টো থাকিবই পৰা নাছিলোঁ 🤣)

মা দেউতা 🩷 মোৰ সীমিত পৃথিৱীখনৰ অন্যতম অংশীদাৰ তেওঁলোক🥹 উশাহ থাকে মানে তেওঁলোক মোৰ আমাৰ লগতেই থাকিব,বাকী কুশলে থাকা য'তেই...
19/07/2025

মা দেউতা 🩷 মোৰ সীমিত পৃথিৱীখনৰ অন্যতম অংশীদাৰ তেওঁলোক🥹 উশাহ থাকে মানে তেওঁলোক মোৰ আমাৰ লগতেই থাকিব,বাকী কুশলে থাকা য'তেই আছা...
(মাক-দেউতা, ভন্টি আৰু মই)

হে ভগৱান ভবাই নাছিলো মই যে Content monetizationপাম🥹আজি এমাহতকৈ বেছি হ'ল মই page ভিডিঅ' , ফটো  নিদিয়া। বাৰু যিয...
18/07/2025

হে ভগৱান ভবাই নাছিলো মই যে Content monetizationপাম🥹আজি এমাহতকৈ বেছি হ'ল মই page ভিডিঅ' , ফটো নিদিয়া। বাৰু যিয়েই নহওঁক অৱশেষত ময়ো পালো💕

শাহু মা❤️যাৰ বুকুত শান্তিৰ উশাহ আছে,যাৰ আশ্ৰয়ত জীঁ উঠো প্ৰতি মূহুৰ্তত,মৰমেৰে আৱৰে সামৰে মোক
26/05/2025

শাহু মা❤️যাৰ বুকুত শান্তিৰ উশাহ আছে,যাৰ আশ্ৰয়ত জীঁ উঠো প্ৰতি মূহুৰ্তত,মৰমেৰে আৱৰে সামৰে মোক

"আমি" নামৰ যাত্ৰাটোৰ এইয়া প্ৰথম দিন ❤️ প্ৰিয় জনৰ নামৰ জোৰোণ পিন্ধিবলৈ  সাজু হৈ থকা সময়ৰ ফটো🌻Nitu Borah ❤️😘           ...
06/03/2025

"আমি" নামৰ যাত্ৰাটোৰ এইয়া প্ৰথম দিন ❤️ প্ৰিয় জনৰ নামৰ জোৰোণ পিন্ধিবলৈ সাজু হৈ থকা সময়ৰ ফটো🌻
Nitu Borah ❤️😘

23/02/2025

Cultural Rally Department of Education ❣️

Address

North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when Happiness with disa posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share