19/11/2025
জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষ্যে তেজপুৰ জুবিনিয়নে নেহেৰু ময়দানত "জুবিনময় তেজপুৰ " শীৰ্ষক অনুষ্ঠানটিৰ লগত সংগতি ৰাখি আয়োজন কৰা চিত্ৰ কৰ্মশালাত জুবিনদাৰ এটি গীতৰ কালিৰ আধাৰত আজি মই থিতাতে অংকন কৰা ছবিখন।
গীতৰ কালি: "তুমি চিনাকি এগছি চাকি
যেন পোহৰৰে পক্ষী"
জোখ: 16" x 20 "