Chef B&B's Kitchen

Chef B&B's Kitchen Page is all about home cooking by 3 sis Babi, Buli and Babli
https://youtube.com/

06/04/2026

বাহিৰৰ দেশত আহি সেই দেশৰ খাদ্যৰ জুতি লওঁতে কথা ক’বলৈয়ে পাহৰিলো 😁

05/25/2026

Costa Rica ৰ বজাৰত আমৰ বাহাৰ ৷ ইয়াত ইমান যে ফ্ৰেচ ফল দেখিবলৈ পাইছিলো কি ক’ব ৷ ধেৰ কিনি হেঁপাহ পলুৱাই খালো ও ৷ আপোনালোককো দেখুৱালো ৷ আম খাইছেনে ?

05/17/2026

মোৰ কষ্টাৰিকাৰ ভিডিঅ শেষেই হোৱা নাই, এদিন আমি তাৰ ৰাষ্টাৰ কাষৰ ধাবাত ব্ৰেকফাষ্ট কৰিছিলো, একদম আমাৰ তাৰ দৰে লাগিল৷ ঘৰুৱা ঘৰুৱা ৷ ভিডিঅটো চালে গম পাব কিয় ক’লো ৷ জনাব কেনে পালে কমেন্টত ❤️

05/13/2026

মোৰ কষ্টা ৰিকাৰ ভিডিঅ শেষেই হোৱা নাই ৷ এটা জলপ্ৰপাত চাবলৈ গৈ যি হে দশা ৷ মোৰ মুখৰ মাত নোহোৱা হৈ গৈছিল ৷ ভিডিঅ টো চালে গম পাব কিয় ক’লো তেনেকৈ😩

হিয়া জীয়া য়ে ঘৰৰ আৰু বজাৰৰ পৰা কিনি অনা ফুলেৰে বনাই দিয়া bouquet 💐❤️
05/12/2026

হিয়া জীয়া য়ে ঘৰৰ আৰু বজাৰৰ পৰা কিনি অনা ফুলেৰে বনাই দিয়া bouquet 💐❤️

05/06/2026

CostaRica ত আহিওঁ খিছিৰি খাইছো হি কাৰন বাহিৰত খাই খাই আমনি লাগিলেই নহয় ৷ যিহেতু আমি ফ্ৰেন্দৰ ঘৰত আছো সেয়েহে ৰান্ধিবলৈ সহজ হ’ল ৷ ৰঙালাওঁৰ টেঙা মিঠা, কালজিৰা দিয়া আলু, কেঁচা আমৰ মিঠা আৰু বেঙেনা ফ্ৰাই ৷ আৰু কি লাগে ন ?

04/30/2026

বহুত দিন বাহিৰত খাই আমনি লাগিলে ঘৰৰ সাধাৰণ দালি ভাতলৈ মনত পৰে নাই বাৰু ? মোৰটো টেঙা দিয়া দালি আলু পিটিকা আৰু ভাত খাবলৈ জীভা লকলকাই থাকে ৷ কেৰিবিয়ান সাগৰ চাবলৈ গৈ আমাৰ সবৰে খিছিৰি খাবলৈ মন গ’ল, ঘৰ আহি পায়েই ৰান্ধিবলৈ লাগি গ’লো ৷ কি যে হেঁপাহেৰে সকলোয়ে খালো ৷ পোহৰ বৰ ভাল নাছিল বাবে ভিডিঅটো বৰ ক্লিয়েৰ হোৱা নাই কিন্তু আপোনালোকে বেয়া নেদেখে বুলি ভাবি ল’লো ৷ কেনে লাগিল জনাবলৈ নাপাহৰিব ৷ ভালে থাকক সকলো ৷

04/25/2026

আমি Costa Rica ৰ য’ত আছিলো সেই ঘৰটো দেখুৱাম বলক ৷ আম, নাৰিকলেৰে ভৰপুৰ ঘৰটো দেখিলে লাগিব অসমৰে ক’ৰবাত আছিলো ৷ আম পাৰি আমৰ চাটনী টক সব খালো ৷
আশাকৰো আপোনালোকে ভাল পাব ভিডিঅ টো, জনাব কেনে পালে দেই ৷

Costa Rica ৰ পখিলা বোৰ 😁
04/22/2026

Costa Rica ৰ পখিলা বোৰ 😁

04/17/2026

Costa Rica r এখন ৰেইন ফৰেষ্ট ( Rain Forest) দেখুৱাম, য’ত আপোনালোকে বিভিন্ন জলপ্ৰপাত আৰু জীৱ জন্তু দেখিবলৈ পাব ৷ ইমান সুন্দৰ কৈ ৰাখিছে সকলো যে আপুনি মুগ্ধ হৈ পৰিব ৷ ৬ কি মি ৰ এই Tour টো ভাবিব নোৱাৰা কৈ সুন্দৰ আছিল ৷ আশা কৰো আপোনালোকে ভাল পাব ৷ কেনে পালে জনাবলৈ নাপাহৰিব দেই ৷

Address

11 W Jones St
Raleigh, NC
27601

Alerts

Be the first to know and let us send you an email when Chef B&B's Kitchen posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Chef B&B's Kitchen:

Share